windows 10-ত সহায় কেনেকৈ লাভ কৰিব

এটা দৃঢ় পাছৱৰ্ড কেনেকৈ সৃষ্টি কৰিব

এটা দৃঢ় পাছৱৰ্ড সৃষ্টি কৰক

দৃঢ় পাছৱৰ্ডসমূহে ফাইল, প্ৰ’গ্ৰাম আৰু অন্যান্য সম্পদসমূহত অননুমোদিত লোকৰ প্ৰৱেশাধিকাৰ প্ৰতিৰোধ কৰাত সহায় কৰে আৰু অনুমান বা ক্ৰেক কৰাটো অসুবিধা হয়৷ এটা ভাল পাছৱৰ্ড:
অতিকমেও আঠটা বৰ্ণ দীঘল হয়
আপোনাৰ ব্যৱহাৰকৰ্তা নাম, প্ৰকৃত নাম বা কোম্পানীৰ নাম থাকিব নোৱাৰে
এটা সম্পূৰ্ণ শব্দ থাকিব নোৱাৰে


পূৰ্বৰ পাছৱৰ্ডসমূহৰ পৰা এইটো উল্লেখেযোগ্য ভাৱে পৃথক হয়
বৰফলা আখৰ, সৰুফলা আখৰ, সংখ্যা আৰু চিহ্নসমূহ থাকে

AddThis Website Tools
AddThis Website Tools
Exit mobile version