Warning: array_merge(): Expected parameter 1 to be an array, string given in /www/wwwroot/win10.support/wp-content/plugins/my-custom-plugins/my-custom-plugins.php on line 58
ফটো এপ্প্‌ত বৰ্দ্ধিত কাম কেনেকৈ কৰিব পাৰি? – windows 10-ত সহায় কেনেকৈ লাভ কৰিব
windows 10-ত সহায় কেনেকৈ লাভ কৰিব

ফটো এপ্প্‌ত বৰ্দ্ধিত কাম কেনেকৈ কৰিব পাৰি?

ফটো এপ্প্‌ত বৰ্দ্ধিত কাম কেনেকৈ কৰিব পাৰি?

ই কেনেকৈ কাম কৰে

ফটো এপ্পে স্বয়ংক্ৰিয়ভাৱে ৰং, বিষমতা, উজ্জ্বলতা, ৰঙা চকুৰ দৰে বস্তুবোৰ টুইক কৰি, বা এটা হেলনীয়া দিগন্ত পোন কৰি, যেনেকৈ প্ৰয়োজন হয় তেনেকৈয়ে ফটোসমূহ বৰ্দ্ধিত কৰে৷
পৰিৱৰ্তনসমূহ আপোনাৰ মূল ফাইললৈ সংৰক্ষণ নহয়—আপুনি যিকোনো সময়তে বৰ্দ্ধন অন বা অফ কৰিব পাৰিব৷


যদি আপুনি বৰ্দ্ধন বুটামত এটা চেক মাৰ্ক দেখা পায় তেন্তে আপোনাৰ ফটো বৰ্দ্ধিত হৈছে৷ যদি নহয়, তেন্তে এইখন ইতিমধ্যে উপযুক্ত!

ফটো এপ্প্‌ত বৰ্দ্ধিত কাম কেনেকৈ কৰিব পাৰি?

এইটো অন বা অফ কৰক

ফটো এপ্প্‌ত মূল আৰু বৰ্দ্ধিত ফটোৰ মাজত সাল-সলনি কৰিবলৈ বৰ্দ্ধন বুটামটো ব্যৱহাৰ কৰক৷ বৰ্দ্ধনে আপোনাৰ মূল ফটো স্থায়ীভাৱে পৰিৱৰ্তন নকৰে৷
এবাৰতে সকলো স্বয়ংক্ৰিয় বৰ্দ্ধন আঁতৰাবলৈ, ছেটিংছ আৰু মোৰ ফটোসমূহ স্বয়ংক্ৰিয়ভাৱে বৰ্দ্ধিত কৰাটো অফ কৰক৷ আপুনি এতিয়াও এটা সময়ত ফটোসমূহৰ বৰ্দ্ধন কৰিব পাৰিব, আনকি এইটো অফ হৈ থাকিলেও৷

ফটো এপ্প্‌ত বৰ্দ্ধিত কাম কেনেকৈ কৰিব পাৰি?
Exit mobile version