Windows ষ্ট’ৰৰ কাৰণে আপোনাৰ ক্ষেত্ৰ পৰিৱৰ্তন কৰক
Windows-ত
যদি আপুনি এখন পৃথক দেশ বা ক্ষেত্ৰলৈ যায়, তেন্তে আপুনি ষ্ট’ৰত ক্ৰয় অব্যাহত ৰাখিবলৈ আপোনাৰ ক্ষেত্ৰ ছেটিং পৰিৱৰ্তন কৰক৷ টোকা: এটা ক্ষেত্ৰত Windows ষ্ট’ৰৰ পৰা ক্ৰয় কৰা বেছিভাগ প্ৰডাক্টে অন্য ক্ষেত্ৰত কাম নকৰে৷ এইটোৱে Xbox Live Gold আৰু Groove Music Pass, এপ্প্সমূহ, খেল, সংগীত, চলচিত্ৰ, আৰু TV শ্ব’সমূহ অন্তৰ্ভুক্ত কৰে৷