পঠন সূচী এপ্প্‌ৰ পৰা microsoft edge-লৈ আইটেমসমূহ লৈ যাওক

পঠন সূচী এপ্প্‌ৰ পৰা Microsoft Edge-লৈ আইটেমসমূহ লৈ যাওক

Microsoft Edge, Windows 10-ত থকা নতুন ব্ৰাউজাৰত এখন অন্তৰ্নিহিত পঠন সূচী হৈছে৷ যদি আপুনি Windows 8.1-ত থকা পঠন সূচী এপ্প্ ব্যৱহাৰ কৰিছে আৰু এতিয়া আপুনি Windows 10-লৈ নবীকৰণ কৰিছে, তেন্তে Microsoft Edge-ৰ মাধ্যমেৰে পুৰণা এপ্প্‌ৰ পৰা আইটেমসমূহ লৈ যাওক৷


পঠন সূচী এপ্প্‌ত, Microsoft Edge-ত খুলিবলৈ এটা আইটেম চয়ন কৰক৷ (যদি এইটো পৃথক ব্ৰাউজাৰত খোলে, প্ৰথমে আৰম্ভলৈ যাওক, ইয়াৰ পিছত ছেটিংছ > ছিষ্টেম > ডিফ’ল্ট এপ্প্‌সমূহলৈ যাওক আৰু আপোনাৰ ডিফ’ল্ট ৱেব ব্ৰাউজাৰক Microsoft Edge-লৈ পৰিৱৰ্তন কৰক৷)
Microsoft Edge-ত, তৰা চিহ্নটো চয়ন কৰক, চয়ন কৰক পঠন সূচী, আৰু ইয়াৰ পিছত যোগ কৰক চয়ন কৰক৷

পঠন সূচী এপ্প্‌ৰ পৰা microsoft edge-লৈ আইটেমসমূহ লৈ যাওক
পঠন সূচী এপ্প্‌ৰ পৰা microsoft edge-লৈ আইটেমসমূহ লৈ যাওক

Leave a Reply

Your email address will not be published. Required fields are marked *